Aug 9, 2011

"ৰাজকুমাৰী অৱন্তিকা" ২০১২




মূর্চ্ছনাৰ বিশেষত্ব এই খিনিতে যে তেওঁলোকে নাট কর্মশালাত কেৱল নাটক সম্পর্কে প্রশিক্ষণ নিদিয়েনাটকৰ লগে লগে সময়ানুবর্ত্ততা, নিয়মানুবর্ত্তিতা সম্পর্কে সম্মুর্ণ শিক্ষা দিয়ে
এই নাট্যদলটিৰ সেয়েহে সদায় সন্ধ্যা ৭-১৬ বজাত নাটক আৰম্ভ হয়আজি ১৪ বছৰে এই নিয়মৰ কেতিয়াও হেৰফেৰ হোৱা নাই    
         

No comments:

Post a Comment