Showing posts with label মূৰ্চ্ছনাৰ নাট্য অৰ্ঘ. Show all posts
Showing posts with label মূৰ্চ্ছনাৰ নাট্য অৰ্ঘ. Show all posts

Oct 2, 2012

"আচলতে এনেকৈয়ে" এখন পুৰ্ণাঙ্গ অসমীয়া নাটক।
























যোৱা ৩০ চেপ্তেম্বৰ ২০১২ তাৰিখ বিশ্বনাথ চাৰিআলিৰ বীনাপাণি নাট্য মন্দিৰত "মূৰ্চ্ছনা"ৰ শিল্পী সকলে কৃষ্ণ ভুঞা ৰচিত আৰু পৰিচালিত নাট "আচলতে এনেকৈয়ে" সফলতাৰে মঞ্চস্থ কৰে।নাটকৰ কেইটিমান মুহুৰ্তৰ আলোক চিত্ৰ ৰাইজৰ বাবে মুকলি কৰা হ'ল।

Sep 24, 2011

‌‌"আশ্রয়-নিৰাশ্রয়" মূর্চ্ছনাৰ নিবেদন।(২৪/৯/১১)

আজি চাৰিআলিৰ বীনা্পাণি নাট্যমন্দিৰত মুর্চ্ছনাৰ শৰৎৰ উপহাৰ ‌‌"আশ্রয়-নিৰাশ্রয়" নামৰ নাট খন মঞ্চস্থ হয়।কেইটিমান নাট্য মূহুর্ত্ত মোৰ কেমেৰত :

Sep 5, 2010

মূৰ্চ্ছনাৰ নাট্য অৰ্ঘ :

১৯৯৭ চনৰ পৰা ২০১৫ চনলৈ শিশুৰ দ্বাৰা মঞ্চস্থ নাট সমুহ :

১." জিকিমিকি জোনাকতে চিকিমিকি সপোনতে"
   নাট্যকাৰ : পংকজজ্যোতি ভুঞাঁ।
   তাং : ২৫ আৰু ২৬ জুলাই; ১৯৯৭ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
২."কাৰেঙৰ লিগিৰী"

   নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
   তাং : ২১ আৰু ২২ জুলাই , ১৯৯৮ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৩."লভিতা"
   নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
   তাং : ২৫ আৰু ২৬ জুলাই , ১৯৯৯ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৪."শোণিত কুঁৱৰী"
   নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
   তাং : ৮ আৰু ৯ জুন , ২০০০ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৫."তেজীমলা"
   নাট্যকাৰ : কৃষ্ণ ভুঞাঁ।
   তাং : ৭ আৰু ৮ জুলাই ,২০০১ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৬."আলিবাবা আৰু দুকুৰি ডকাইত"
   নাট্যকাৰ : কৃষ্ণ ভূঞাঁ।
   তাং : ২০ আৰু ২১ জুলাই , ২০০২ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৭."সোনালী জখলা"
   নাট্যকাৰ : অৰূপ বৰঠাকুৰ।
   তাং : ২৭ আৰু ২৮ জুলাই ,২০০৪ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
৮."নিমাতী কইনা"
    নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
   তাং : ২৪ আৰু ২৫ জুলাই ,২০০৫ চন ।
   পৰিচালনা : দ্বিজেন মহন্ত।

৯."ৰূপালীম"
   নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
   তাং : ২৩ আৰু ২৪ জুলাই ,২০০৬ চন।
   পৰিচালনা : দ্বিজেন মহন্ত।
১০."ৰস"
     নাট্যকাৰ : পংকজজ্যোতি ভূঞাঁ।
     তাং : ২৫ আৰু ২৬ জুলাই ,২০০৭ চন।
    পৰিচালনা : দ্বিজেন মহন্ত।
১১."কাৰেঙৰ লিগিৰী"(পুনঃ মঞ্চস্থ)
     নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
     তাং : ২৩ আৰু ২৪ জুলাই, ২০০৮ চন।
    পৰিচালনা : দ্বিজেন মহন্ত।
১২."লভিতা"
     নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।



     তাং : ২২ আৰু ২৩ জুলাই ,২০০৯ চন।
     পৰিচালনা : দ্বিজেন মহন্ত।
১৩."নিমাতী কইনা"
     নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
     তাং :            জুলাই ,২০১০ চন।
     পৰিচালনা : জিংকু বৰুৱা।
১৪. ৰাজকুমাৰী অৱন্তিকা।২০১১
নাট্যকাৰ: কৃষ্ণ ভুঞা
পৰিচালক: জিংকু বৰুৱা


১৫.বায়েনৰ খোল। ২০১২
নাটকৰ কেইখনমান আলোকচিত্ৰ।







১৬. জিকিমিকি জোনাকতে-চিকিমিকি সপোনতে। ২০১৩
নাট্যকাৰ:পংকজজ্যোতি ভুঞা
পৰিচালনা:জিংকু বৰুৱা
মঞ্চ সজ্জা: লোহিত গগৈ
পোহৰ পৰিকল্পনা: কৌশিক শৰ্মা[কাজু]
সংগীত: শিৱ ইংতি
নাটকৰ কেইখনমান আলোক চিত্ৰ তলত মুকলি কৰা হ'ল।





















































১৭. "আইতাৰ আচলৰ টেঙামিঠা গোন্ধ"। ২০১৪
       নাট্যকাৰ: মৃনাল গোস্বামী
       পৰিচালক: জিংকু বৰুৱা









১৮. "প্ৰেতাত্মাৰ বিননি"।
     ২৩ আৰু ২৪ জুলাই ,২০১৫।
       নাট্যকাৰ: ৰাজীৱ বৰঠাকুৰ
       পৰিচালক: জিংকু বৰুৱা।
       সহ: পৰিচালক: খঞ্জন বৰুৱা
       সংগীত পৰিচালক: ৰিতুপম লস্কৰ
       বাদ্যযন্ত্ৰ(গীতাৰ) : নিহাৰ বৰদলৈ
       শব্দ: জয়ন্ত ভৰালী
       মঞ্চ সজ্জা: লোহিত গগৈ
       ৰূপসজ্জাঃ পিংকু দে, মণিষ কলিতা আৰু মানিক বৰুৱা।
       পোচাক আৰু সাজ-সজ্জাঃ অৰ্পিতা শৰ্মা।
পোহৰ: মিকু,
মঞ্চ-নিয়ন্ত্ৰকঃ ৰিকুমণি, ৰিতু, হীৰক, পাৰ্থ, সুমন আৰু শিৱজ্যোতি।
সহযোগীঃ ৰিপন, অনিমা, বৰষা আৰু প্ৰিয়ংকা।
কাৰ্য্যকৰী সম্পাদকঃ অম্লানজ্যোতি শৰ্মা।
খাদ্যৎ বুলি
অভিনয়ত: মৃত্যুঞ্জয়, আদ্ৰিকা, শুভানন্দিনী, চান্টু, নীলম, প্ৰিয়াশ্ৰী, সৃষ্টি, নিলোৎপল, দেৱলীনা, ধৃতিময়, বিদুষী, ত্ৰিপৰ্নম, হীৰকজ্যোতি,ভাস্বতী, হিয়া, হিৰণময়, লিজা, বেদাঙ্গ, নিৰুপম, মনমিত, বৰ্ণালী, মন্যাক্ষী, সুস্নাতা, প্ৰানজিৎ, জিয়া, পাৰ্থ, তুষাৰ।




















































































২২জানুৱাৰী'১৪
তেজঁপুৰত অনুস্থিত পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতাত মূৰ্চ্ছনাৰ শিশু সকলে ৫টাকৈ বটা লাভকৰে।
শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ অভিনেতা , শ্ৰেষ্ঠ অভিনেত্ৰী , শ্ৰেষ্ঠ পৰিচালক আৰু বিচাৰকৰ বিশেষ বটা।





১৯. "চাউল পূৰীয়া"।
     ২২ আৰু ২৩ জুলাই ,২০১৬।
       মূল সাধু ত্ৰৈলোকেশ্বৰী দেৱী বৰুৱানী।
        নাট্যৰূপ: কৃষ্ণ ভুঞা
       পৰিচালক: জিংকু বৰুৱা।
       সংগীত পৰিচালক: ৰিতুপম লস্কৰ
       শব্দ: জয়ন্ত ভৰালী
        পোহৰঃ জিংকু
       মঞ্চ সজ্জা: লোহিত গগৈ,সুমন,অচ্যুৎ
অভিনয়ত: মৃত্যুঞ্জয়, গৃতিষ্ণা, গাৰ্গী, উদয়াংশু, মনমিত, তৰংগিনী, চান্টু, বেদাংগ, ইমন, প্ৰিয়াশ্ৰী, নিৰুপম, দেৱলীনা, বিদুষী,অনুপ্ৰেৰণা, প্ৰেৰণা, মঞ্জুল, প্ৰানজিৎ, হিয়া, অভিনৱ, প্ৰীতিৰানী, দ্বিপজ্যোতি।

       ৰূপসজ্জাঃ পিংকু দে, মণিষ কলিতা,পূৰ্ণ বৰা আৰু মানিক বৰুৱা।
       পোচাক আৰু সাজ-সজ্জাঃ অৰ্পিতা শৰ্মা।
        সহযোগী: লিজা আৰু বৰ্ণালী
       পোহৰ: মিকু বৰা
        মঞ্চ নিয়ন্ত্ৰকঃ শিৱজ্যোতি, পাপুমণি আৰু সঞ্জয়
        সহযোগীঃ ত্ৰিপৰ্ণম, নীলম















































২০. তাৰিখঃ ২১ জুলাই’ ২০২৩ ২৬তম বৰ্ষৰ নাট-কৰ্মশালাৰ নিৱেদনঃ

 মহিম বৰাৰ গল্পৰ আধাৰত

“ৰস”

নাট্যৰূপঃ পংকজজ্যোতি ভূঞা

নাট আৰু সংগীত পৰিচালকঃ  ঋতুপম লস্কৰ

সহ পৰিচালকঃ অম্লানজ্যোতি শৰ্মা

সংগীত সঞ্চালকঃ পৰ্জণ্য বৰদলৈ

মঞ্চ-কলাঃ ৰিপণ বৰা, শংকৰ নায়ক।

ৰূপসজ্জাঃ পিংকু দে, ব্ৰজেন কলিতা, মনীষ কলিতা ,

               প্ৰিয়ংকা হাজৰিকা, লিজা ভূঞা

 ব্যৱস্থাপনাঃমূৰ্চ্ছনা, বিশ্বনাথ চাৰিআলি। ৭৮৪১৭৬

চৰিত্ৰ সমূহত প্ৰাণ প্ৰতিষ্ঠা কৰিলেঃ

ধৃতিপ্ৰিয়া কাশ্যপ, তামান্না শইকিয়া, দ্বিপম বৰ্ধন, নিধিপ্ৰিয়া শৰ্মা, ডেইজী ফুকন, শ্যাম তুষাৰ ভূঞা, হিয়াস্মিতা বৰা, যাদৃষা নন্দা তকবিপী, আয়ান আহমেদ, চিৰঞ্জিৱ হাজৰিকা, মস্নবী দাস

 

ধৃতিময় মহন্ত ( ইমন ), ৰিকুমনি শৰ্মা, ৰিপণ বৰা, মমিন শইকীয়া, মৃনাল ৰিকু শৰ্মা, দেৱাশীস বৰা,  বিতোপন শইকীয়া, কবিন দাস, বৰ্নালী ফুকন, নিকি বৰা, কাব্যশ্ৰী মুদৈ,

 

দ্বিজেন মহন্ত, নিপু বৰঠাকুৰ, চন্দন কুমাৰ ভূ্ঞা, ভৱানী দত্ত, মৃদুল বৰুৱা, জোনমনি মহন্ত

কৃতজ্ঞতা স্বীকাৰঃ বিশ্বনাথ কৃষি মহাবিদ্যালয় কতৃপক্ষ আৰু চৌহদৰ সকলো আৱাসী।

স্থানঃ বিশ্বনাথ কৃষি মহাবিদ্যালয় প্ৰেক্ষাগৃহ