


মূর্চ্ছনাৰ বিশেষত্ব এই খিনিতে যে তেওঁলোকে নাট কর্মশালাত কেৱল নাটক সম্পর্কে প্রশিক্ষণ নিদিয়ে।নাটকৰ লগে লগে সময়ানুবর্ত্ততা, নিয়মানুবর্ত্তিতা সম্পর্কে সম্মুর্ণ শিক্ষা দিয়ে।
এই নাট্যদলটিৰ সেয়েহে সদায় সন্ধ্যা ৭-১৬ বজাত নাটক আৰম্ভ হয়।আজি ১৪ বছৰে এই নিয়মৰ কেতিয়াও হেৰফেৰ হোৱা নাই।
No comments:
Post a Comment