বিশ্বনাথ চাৰিআলিৰ এটি উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক অনুষ্ঠান।It is a socio-cultural organisation of Biswanath Chariali;Sonitpur (Assam) জন্মঃ২০ জুন, ১৯৯৬ চন। লক্ষ্য আৰু উদ্দেশ্যঃ কণ কণ শিশু সকলৰ সবল মানসিকতা গঢ়ি তোলাৰ লগতে উঠি অহা যুৱক যুৱতী সকলক বিভিন্ন সাহিত্য-সংস্কৃতিৰ জ্ঞান দি সৰ্বাঙ্গীন উন্নতি সাধন কৰা।
Dec 27, 2010
Dec 8, 2010
Nov 28, 2010
অসমীয়া নাটক Assamese drama
Although proscenium theatre arrived in 1875, modern playwriting commenced eighteen years earlier. The first play, Gunabhiram Barua`s Ram-Navami i.e. a festival dedicated to Rama on widow remarriage, was written in 1857. The next, Kania kirtan i.e. `Kirtan to Opium` in 1861, was a satire on opium addiction by Hemchandra Barua. Rudra Ram Bordoloi wrote a social farce, Bongal-bongalani or `Bengali Couple` in 1871-2, satirizing lascivious concubines and promiscuous women who married non-Assamese outsiders. However, there is no documentation whether these texts were staged. Neither is it known for certain with which play Assamese theatre raised its curtain. The first mythological drama, Sita haran i.e. `Stealing Sita by Rama Kanta Chaudhury, came in 1875. With two exceptions, all ten or twelve plays written later in the nineteenth century belonged to this genre. The presumption that the first staged Assamese drama was mythological may stand confirmed by a gazette notification of four shows of Ramabhishek i.e. Rama`s Coronation, from 15 May 1875, though this earliest available record does not mention if it was the first-ever production. Bhaona was the most popular traditional Assamese form of that time. This usually drew its plots from mythological sources like the Mahabharata, Ramayana, and the Puranas. It was perhaps natural in the transition from traditional theatre to the new variety to retain the content. Mythological drama dominated till about 1920, though it survived till the 1940s, as in Atulchandra Hazarika`s plays.
Early Assamese drama of this age was in blank verse modeled on the Bengali amitrakshar metre, containing fourteen syllables in each line. Later playwrights broke these constraints by adopting the gairish metre, a kind of free blank verse popularized by the Bengali actor-manager Girish Ghosh. Benudhar Rajkhowa introduced prose dialogue in his Duryodhanar urubhanga i.e. `Duryodhana`s Broken Thigh` in 1903. Historical drama appeared alongside the mythological from the beginning of the twentieth century. The example can be given as Padmanath Gohain Barooah`s Jayamati in 1900, as Indian nationalism and the struggle against British colonialism grew in strength. Emotions ran high. Courage, valour, and glories of the past were recreated to arouse patriotism. Such plays dominated after 1920, supremacy that remained intact till just after Independence in 1947. Maniram Dewan, Lachit Barphukan, and Piyali Phukan, collectively by four members of Nagaon Shilpi Samaj in the town of Nagaon, written and staged immediately before and after Independence and earned phenomenal popularity as well.
Nov 22, 2010
Sep 5, 2010
মূৰ্চ্ছনাৰ নাট্য অৰ্ঘ :
১." জিকিমিকি জোনাকতে চিকিমিকি সপোনতে"
নাট্যকাৰ : পংকজজ্যোতি ভুঞাঁ।
তাং : ২৫ আৰু ২৬ জুলাই; ১৯৯৭ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
২."কাৰেঙৰ লিগিৰী"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ২১ আৰু ২২ জুলাই , ১৯৯৮ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৩."লভিতা"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ২৫ আৰু ২৬ জুলাই , ১৯৯৯ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৪."শোণিত কুঁৱৰী"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ৮ আৰু ৯ জুন , ২০০০ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৫."তেজীমলা"
নাট্যকাৰ : কৃষ্ণ ভুঞাঁ।
তাং : ৭ আৰু ৮ জুলাই ,২০০১ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৬."আলিবাবা আৰু দুকুৰি ডকাইত"
নাট্যকাৰ : কৃষ্ণ ভূঞাঁ।
তাং : ২০ আৰু ২১ জুলাই , ২০০২ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৭."সোনালী জখলা"
নাট্যকাৰ : অৰূপ বৰঠাকুৰ।
তাং : ২৭ আৰু ২৮ জুলাই ,২০০৪ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
৮."নিমাতী কইনা"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ২৪ আৰু ২৫ জুলাই ,২০০৫ চন ।
পৰিচালনা : দ্বিজেন মহন্ত।
৯."ৰূপালীম"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ২৩ আৰু ২৪ জুলাই ,২০০৬ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
১০."ৰস"
নাট্যকাৰ : পংকজজ্যোতি ভূঞাঁ।
তাং : ২৫ আৰু ২৬ জুলাই ,২০০৭ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
১১."কাৰেঙৰ লিগিৰী"(পুনঃ মঞ্চস্থ)
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : ২৩ আৰু ২৪ জুলাই, ২০০৮ চন।
পৰিচালনা : দ্বিজেন মহন্ত।
১২."লভিতা"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
পৰিচালনা : দ্বিজেন মহন্ত।
১৩."নিমাতী কইনা"
নাট্যকাৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
তাং : জুলাই ,২০১০ চন।
পৰিচালনা : জিংকু বৰুৱা।
১৪. ৰাজকুমাৰী অৱন্তিকা।২০১১
নাট্যকাৰ: কৃষ্ণ ভুঞা
পৰিচালক: জিংকু বৰুৱা
১৫.বায়েনৰ খোল। ২০১২
নাটকৰ কেইখনমান আলোকচিত্ৰ।
১৬. জিকিমিকি জোনাকতে-চিকিমিকি সপোনতে। ২০১৩
নাট্যকাৰ:পংকজজ্যোতি ভুঞা
পৰিচালনা:জিংকু বৰুৱা
মঞ্চ সজ্জা: লোহিত গগৈ
পোহৰ পৰিকল্পনা: কৌশিক শৰ্মা[কাজু]
সংগীত: শিৱ ইংতি
নাটকৰ কেইখনমান আলোক চিত্ৰ তলত মুকলি কৰা হ'ল।
১৭. "আইতাৰ আচলৰ টেঙামিঠা গোন্ধ"। ২০১৪
নাট্যকাৰ: মৃনাল গোস্বামী
পৰিচালক: জিংকু বৰুৱা
১৮. "প্ৰেতাত্মাৰ বিননি"।
২৩ আৰু ২৪ জুলাই ,২০১৫।
নাট্যকাৰ: ৰাজীৱ বৰঠাকুৰ
পৰিচালক: জিংকু বৰুৱা।
সহ: পৰিচালক: খঞ্জন বৰুৱা
সংগীত পৰিচালক: ৰিতুপম লস্কৰ
বাদ্যযন্ত্ৰ(গীতাৰ) : নিহাৰ বৰদলৈ
শব্দ: জয়ন্ত ভৰালী
মঞ্চ সজ্জা: লোহিত গগৈ
ৰূপসজ্জাঃ পিংকু দে, মণিষ কলিতা আৰু মানিক বৰুৱা।
পোচাক আৰু সাজ-সজ্জাঃ অৰ্পিতা শৰ্মা।
পোহৰ: মিকু,
মঞ্চ-নিয়ন্ত্ৰকঃ ৰিকুমণি, ৰিতু, হীৰক, পাৰ্থ, সুমন আৰু শিৱজ্যোতি।
সহযোগীঃ ৰিপন, অনিমা, বৰষা আৰু প্ৰিয়ংকা।
কাৰ্য্যকৰী সম্পাদকঃ অম্লানজ্যোতি শৰ্মা।
খাদ্যৎ বুলি
অভিনয়ত: মৃত্যুঞ্জয়, আদ্ৰিকা, শুভানন্দিনী, চান্টু, নীলম, প্ৰিয়াশ্ৰী, সৃষ্টি, নিলোৎপল, দেৱলীনা, ধৃতিময়, বিদুষী, ত্ৰিপৰ্নম, হীৰকজ্যোতি,ভাস্বতী, হিয়া, হিৰণময়, লিজা, বেদাঙ্গ, নিৰুপম, মনমিত, বৰ্ণালী, মন্যাক্ষী, সুস্নাতা, প্ৰানজিৎ, জিয়া, পাৰ্থ, তুষাৰ।
২২জানুৱাৰী'১৪
তেজঁপুৰত অনুস্থিত পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতাত মূৰ্চ্ছনাৰ শিশু সকলে ৫টাকৈ বটা লাভকৰে।
শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ অভিনেতা , শ্ৰেষ্ঠ অভিনেত্ৰী , শ্ৰেষ্ঠ পৰিচালক আৰু বিচাৰকৰ বিশেষ বটা।
১৯. "চাউল পূৰীয়া"।
মহিম বৰাৰ গল্পৰ আধাৰত
“ৰস”
নাট্যৰূপঃ পংকজজ্যোতি ভূঞা
নাট আৰু সংগীত পৰিচালকঃ ঋতুপম লস্কৰ
সহ পৰিচালকঃ অম্লানজ্যোতি শৰ্মা
সংগীত সঞ্চালকঃ পৰ্জণ্য বৰদলৈ
মঞ্চ-কলাঃ ৰিপণ বৰা, শংকৰ নায়ক।
ৰূপসজ্জাঃ পিংকু দে, ব্ৰজেন কলিতা, মনীষ
কলিতা ,
প্ৰিয়ংকা হাজৰিকা, লিজা ভূঞা
ব্যৱস্থাপনাঃমূৰ্চ্ছনা, বিশ্বনাথ চাৰিআলি। ৭৮৪১৭৬
চৰিত্ৰ সমূহত প্ৰাণ প্ৰতিষ্ঠা কৰিলেঃ
ধৃতিপ্ৰিয়া কাশ্যপ, তামান্না শইকিয়া, দ্বিপম
বৰ্ধন, নিধিপ্ৰিয়া শৰ্মা, ডেইজী ফুকন, শ্যাম তুষাৰ ভূঞা, হিয়াস্মিতা বৰা, যাদৃষা নন্দা
তকবিপী, আয়ান আহমেদ, চিৰঞ্জিৱ হাজৰিকা, মস্নবী দাস
ধৃতিময় মহন্ত ( ইমন ), ৰিকুমনি শৰ্মা, ৰিপণ
বৰা, মমিন শইকীয়া, মৃনাল ৰিকু শৰ্মা, দেৱাশীস বৰা, বিতোপন শইকীয়া, কবিন দাস, বৰ্নালী ফুকন, নিকি বৰা,
কাব্যশ্ৰী মুদৈ,
দ্বিজেন মহন্ত, নিপু বৰঠাকুৰ, চন্দন
কুমাৰ ভূ্ঞা, ভৱানী দত্ত, মৃদুল বৰুৱা, জোনমনি মহন্ত
কৃতজ্ঞতা স্বীকাৰঃ বিশ্বনাথ কৃষি মহাবিদ্যালয় কতৃপক্ষ আৰু চৌহদৰ সকলো আৱাসী।
স্থানঃ বিশ্বনাথ কৃষি মহাবিদ্যালয় প্ৰেক্ষাগৃহ